Prijevod značenja Plemenitog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
34 : 25

اَلَّذِیْنَ یُحْشَرُوْنَ عَلٰی وُجُوْهِهِمْ اِلٰی جَهَنَّمَ ۙ— اُولٰٓىِٕكَ شَرٌّ مَّكَانًا وَّاَضَلُّ سَبِیْلًا ۟۠

কিয়ামতৰ দিনা যিসকলক উবৰি খুৱাই চোঁচৰি জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব। সিহঁতেই নিকৃষ্ট স্থানত অৱস্থান কৰিব, কাৰণ সিহঁতৰ ঠিকনা হ’ব জাহান্নাম। কিয়নো সিহঁত সত্যৰ পৰা বহু দূৰ আঁতৰি আছিল। সিহঁতৰ পথ আছিল কুফৰী আৰু বিভ্ৰান্তিমূলক। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• الكفر بالله والتكذيب بآياته سبب إهلاك الأمم.
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰা, বহুতো সম্প্ৰদায়ৰ ধ্বংসৰ কাৰণ আছিল। info

• غياب الإيمان بالبعث سبب عدم الاتعاظ.
কোনো নিদৰ্শনৰ পৰা শিক্ষা নোলোৱাৰ অন্যতম কাৰণ হৈছে পুনৰুত্থানক বিশ্বাস নকৰা। info

• السخرية بأهل الحق شأن الكافرين.
সত্যৰ পথত পৰিচালিত ব্যক্তিক উপহাস কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• خطر اتباع الهوى.
প্ৰবৃত্তিৰ অনুসৰণ হৈছে মহা ক্ষতিকাৰক। info