Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
66 : 27

بَلِ ادّٰرَكَ عِلْمُهُمْ فِی الْاٰخِرَةِ ۫— بَلْ هُمْ فِیْ شَكٍّ مِّنْهَا ۫— بَلْ هُمْ مِّنْهَا عَمُوْنَ ۟۠

আখিৰাত সম্পৰ্কে সিহঁতে ধাৰাবাহিকভাৱে খবৰ পাই আছে নেকি, যাৰ ফলত সিহঁত আশ্বস্ত হৈ আছে? নহয়, কদাপিও নহয়। বৰং সিহঁত আখিৰাত সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে। বৰং সিহঁতে বোধশক্তি হেৰাই পেলাইছে। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• علم الغيب مما اختص به الله، فادعاؤه كفر.
গায়েব সম্পৰ্কীয় জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। গায়েব সম্পৰ্কীয় জ্ঞানৰ দাবী কৰা কুফৰী কাম। info

• الاعتبار بالأمم السابقة من حيث مصيرها وأحوالها طريق النجاة.
বিগত উম্মতসমূহৰ পৰিণাম আৰু সিহঁতৰ অৱস্থাৰ পৰা শিক্ষা লোৱাটো এক প্ৰকাৰ মুক্তিৰ পথ। info

• إحاطة علم الله بأعمال عباده.
আল্লাহ তাআলা বান্দাৰ সকলো কৰ্ম সম্পৰ্কে অৱগত। info

• تصحيح القرآن لانحرافات بني إسرائيل وتحريفهم لكتبهم.
কোৰআনে বনী ইছৰাঈলৰ পথভ্ৰষ্টতা সম্পৰ্কে আলোচনা কৰি তাৰ প্ৰতিকাৰ বৰ্ণনা কৰে, লগতে সিহঁতে ঐশীগ্ৰন্থসমূহক যিদৰে বিকৃত কৰিছিল, সেইবোৰ আঙুলিয়াই দিয়ে। info