Meningsmæssige oversættelser af Den Hellige Koran - Den asamiske oversættelse af "Al-Mukhtasar fi Tafsir al-Quran al-Karim"

আন-নাচৰ

Blandt suarens hovedpunkter:
بشارة النبي صلى الله عليه وسلم بالنصر وختام الرسالة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায়ৰ সুসংবাদ দিয়া হৈছে, আৰু ৰিছালত সম্পন্ন হোৱাৰ জাননী দিয়া হৈছে। info

external-link copy
1 : 110

اِذَا جَآءَ نَصْرُ اللّٰهِ وَالْفَتْحُ ۟ۙ

হে ৰাছুল! যেতিয়া আপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব, আৰু মক্কা বিজয় হৈ যাব। info
التفاسير: |
Hovedpunkter omkring versene på denne side:
• المفاصلة مع الكفار.
কাফিৰ সকলৰ পৰা দূৰত্ব অৱলম্বন কৰা। info

• مقابلة النعم بالشكر.
অনুগ্ৰহৰ বিনিময় স্বৰূপে কৃতজ্ঞতাৰ আৱশ্যকতা। info

• سورة المسد من دلائل النبوة؛ لأنها حكمت على أبي لهب بالموت كافرًا ومات بعد عشر سنين على ذلك.
ছুৰা মাছাদ নবুওৱতৰ এটা অন্যতম প্ৰমাণ। কিয়নো এইটোৱে আবু লাহাবক কাফিৰ অৱস্থাত মৃত্যু হোৱাৰ কথা কৈছিল আৰু সি ইয়াৰ দহ বছৰ পিছত কাফিৰ অৱস্থাতেই মৃত্যু হৈছে। info

• صِحَّة أنكحة الكفار.
কাফিৰৰ বিবাহ সঠিক। info