Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
50 : 44

اِنَّ هٰذَا مَا كُنْتُمْ بِهٖ تَمْتَرُوْنَ ۟

নিশ্চয় কিয়ামতৰ দিনা হ’বলগীয়া এই শাস্তিৰ বিষয়ে তোমালোকে সন্দেহ পোষণ কৰিছিলা। গতিকে ইয়াক নিজ চকুৰে চোৱাৰ পিছত নিশ্চয় এতিয়া তোমালোকৰ সন্দেহ দূৰ হৈছে। info
التفاسير: |
Benefits of the Verses on this page:
• الجمع بين العذاب الجسمي والنفسي للكافر.
কাফিৰসকলক শাৰিৰীক আৰু মানসিক উভয় শাস্তি বিহা হ’ব। info

• الفوز العظيم هو النجاة من النار ودخول الجنة.
জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰাটোৱে হৈছে মহাসফলতা। info

• تيسير الله لفظ القرآن ومعانيه لعباده.
আল্লাহে বান্দাসকলৰ বাবে কোৰআনৰ শব্দ আৰু অৰ্থ সহজ কৰি দিছে। info