Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
13 : 2

وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا كَمَاۤ اٰمَنَ النَّاسُ قَالُوْۤا اَنُؤْمِنُ كَمَاۤ اٰمَنَ السُّفَهَآءُ ؕ— اَلَاۤ اِنَّهُمْ هُمُ السُّفَهَآءُ وَلٰكِنْ لَّا یَعْلَمُوْنَ ۟

যেতিয়া সিহঁতক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলৰ দৰে ঈমান আনিবলৈ আদেশ দিয়া হয়, তেতিয়া সিহঁতে অস্বীকাৰ কৰি উপলুঙাৰ সুৰত কয়, “আমিও জ্ঞানহীন নিৰ্বোধ লোকসকলৰ দৰে ঈমান আনিম নেকি”? প্ৰকৃততে সিহঁতেই নিৰ্বোধ জ্ঞানহীন কিন্তু সিহঁতে নাজানে। info
التفاسير:
Beneficios de los versículos de esta página:
• أن من طبع الله على قلوبهم بسبب عنادهم وتكذيبهم لا تنفع معهم الآيات وإن عظمت.
যিসকলৰ অন্তৰত অবাধ্যতা আৰু অস্বীকাৰ কৰাৰ ফলত মোহৰ মাৰি দিয়া হৈছে. সিহঁতৰ বাবে ডাঙৰতকৈ ডাঙৰ নিদৰ্শনো কোনো উপকাৰত নাহে। info

• أن إمهال الله تعالى للظالمين المكذبين لم يكن عن غفلة أو عجز عنهم، بل ليزدادوا إثمًا، فتكون عقوبتهم أعظم.
আল্লাহৰ তৰফৰ পৰা অন্যায়কাৰী মিছলীয়াসকলৰ প্ৰতি যিটো শিথিলতা সেয়া অৱহেলা বা অপাৰগৰ বাবে নহয় বৰং এই কাৰণে যে, যাতে সিহঁতৰ গুনাহ আৰু বৃদ্ধি হয় ফলত সিহঁতে অধিক শাস্তিৰ সন্মুখীন হব। info