Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
18 : 2

صُمٌّۢ بُكْمٌ عُمْیٌ فَهُمْ لَا یَرْجِعُوْنَ ۟ۙ

এনেকুৱা মানুহ হৈছে বধিৰ। ইহঁতে সত্য গ্ৰহণ কৰাৰ মানসেৰে নুশুনে। ইহঁত হৈছে বোবা, সত্য কব নোৱাৰে। লগতে ইহঁত হৈছে অন্ধ, সত্য দেখিব নোৱাৰে। সেয়ে ইহঁতে পথভ্ৰষ্টতাৰ পৰা ওলায় আহিব নোৱাৰে। info
التفاسير:
Beneficios de los versículos de esta página:
• أن الله تعالى يخذل المنافقين في أشد أحوالهم حاجة وأكثرها شدة؛ جزاء نفاقهم وإعراضهم عن الهدى.
আল্লাহ তাআলাই মুনাফিকসকলক সিহঁতৰ নিফাক আৰু হিদায়তৰ পৰা মুখ ঘূৰাই লোৱাৰ কাৰণে, সেই সময়ত অকলশৰীয়াকৈ এৰি দিব, যি সময়ত সিহঁতৰ সহায়ৰ অধিক প্ৰয়োজন হ’ব আৰু সিহঁত কঠিন পৰিস্থিত থাকিব। info

• من أعظم الأدلة على وجوب إفراد الله بالعبادة أنه تعالى هو الذي خلق لنا ما في الكون وجعله مسخَّرًا لنا.
কেৱল এক আল্লাহৰ ইবাদত কৰাৰ মহত্বপূৰ্ণ প্ৰমাণসমূহৰ অন্যতম এটা হৈছে এই যে, তেৱেঁই আমাৰ বাবে বিশ্বজগতৰ সকলো বস্তু সৃষ্টি কৰিছে আৰু আমাৰ আয়ত্ত্বাধীন কৰি দিছে। info

• عجز الخلق عن الإتيان بمثل سورة من القرآن الكريم يدل على أنه تنزيل من حكيم عليم.
মানুহে কোৰআনৰ অনুৰূপ এটা ছুৰা আনিবলৈ অপাৰগ হোৱাটো এই কথা প্ৰমাণ কৰে যে, কোৰআন সেই আল্লাহৰ অৱতীৰ্ণ পুথি যিজন প্ৰজ্ঞাৱান তথা সৰ্বজ্ঞানী। info