Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (41) سوره: انبیاء
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِّنْ قَبْلِكَ فَحَاقَ بِالَّذِیْنَ سَخِرُوْا مِنْهُمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক উপহাস কৰি আছে তেন্তে এয়া কোনো নতুন কথা নহয়, আপোনাৰ পূৰ্বেও বহুতো ৰাছুলৰ লগত ঠাট্টা-মস্কৰা কৰা হৈছে। সেই কাফিৰসকলৰ মাজৰ যিসকলে উপহাস কৰিছিল, সিহঁতক সেই শাস্তিয়েই আৱৰি ধৰিছিল, যি শাস্তিৰ পৰা ৰাছুলে সিহঁতক সতৰ্ক কৰাত সিহঁতে উপহাস কৰিছিল।
تفسیرهای عربی:
از فواید آیات این صفحه:
• بيان كفر من يستهزئ بالرسول، سواء بالقول أو الفعل أو الإشارة.
এই কথাৰ বৰ্ণনা যে, ৰাছুলৰ লগত উপহাস কৰা ব্যক্তি হৈছে কাফিৰ, সেই উপহাস কথাৰ জৰিয়তেই হওঁক অথবা কৰ্মৰ জৰিয়তে নাইবা ইংগিতেৰে।

• من طبع الإنسان الاستعجال، والأناة خلق فاضل.
মানুহ স্বভাৱগতভাৱে ক্ষীপ্ৰতাপ্ৰিয়। আনহাতে ধৈৰ্য্য ধাৰণ কৰাটো হৈছে এটা উত্তম বৈশিষ্ট্য।

• لا يحفظ من عذاب الله إلا الله.
আল্লাহৰ শাস্তিৰ পৰা আল্লাহৰ বাহিৰে আন কোনেও ৰক্ষা কৰিব নোৱাৰে।

• مآل الباطل الزوال، ومآل الحق البقاء.
অসত্য ধ্বংস হোৱাটো অনিবাৰ্য, বাকী থাকিব কেৱল সত্য।

 
ترجمهٔ معانی آیه: (41) سوره: انبیاء
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن