ترجمهٔ معانی قرآن کریم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (109) سوره: سوره آل عمران
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟۠
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰ সৃষ্টি আৰু পৰিচালনাৰ দায়িত্ব আল্লাহৰ ৰাজত্বত। আৰু সকলো সৃষ্টিৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰিব, পিছত তেওঁ প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিব, যিটোৰ সিহঁত হকদাৰ (অধিকাৰী)।
تفسیرهای عربی:
از فواید آیات این صفحه:
• أعظم ما يميز هذه الأمة وبه كانت خيريتها - بعد الإيمان بالله - الأمر بالمعروف والنهي عن المنكر.
আল্লাহৰ প্ৰতি ঈমানৰ পিছত এই উম্মতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আৰু এই উম্মতক শ্ৰেষ্ঠতাৰ মৰ্যদা দিয়াৰ গুণটো হৈছেঃ সত্কৰ্মৰ আদেশ আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা কাৰ্য।

• قضى الله تعالى بالذل على أهل الكتاب لفسقهم وإعراضهم عن دين الله، وعدم وفائهم بما أُخذ عليهم من العهد.
আল্লাহে আহলে কিতাবক অপমান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো সিহঁতে পাপকৰ্মত লিপ্ত হৈছে, আৰু আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছে লগতে সিহঁতৰ পৰা গ্ৰহণ কৰা অঙ্গীকাৰ ভঙ্গ কৰিছে।

• أهل الكتاب ليسوا على حال واحدة؛ فمنهم القائم بأمر الله، المتبع لدينه، الواقف عند حدوده، وهؤلاء لهم أعظم الأجر والثواب. وهذا قبل بعثة النبي محمد صلى الله عليه وسلم.
সকলো আহলে কিতাব একে নহয়। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ দ্বীনক অনুসৰণ কৰে আৰু তেওঁৰ সীমালঙ্ঘন নকৰে। এনেকুৱা লোকৰ বাবে আছে মহাপুৰষ্কাৰ আৰু মহাপ্ৰতিদান। আৰু এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বৰ প্ৰেক্ষাপটত কোৱা হৈছে।

 
ترجمهٔ معانی آیه: (109) سوره: سوره آل عمران
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - لیست ترجمه ها

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

بستن