Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (27) سوره: نساء
وَاللّٰهُ یُرِیْدُ اَنْ یَّتُوْبَ عَلَیْكُمْ ۫— وَیُرِیْدُ الَّذِیْنَ یَتَّبِعُوْنَ الشَّهَوٰتِ اَنْ تَمِیْلُوْا مَیْلًا عَظِیْمًا ۟
আল্লাহে তোমালোকৰ তাওবা কবূল কৰিব বিচাৰে আৰু তোমালোকক ক্ষমা কৰিব বিচাৰে, আনহাতে প্ৰবৃত্তিৰ অনুসাৰীসকলে বিচাৰে যে, তোমালোকে হিদায়তৰ পথৰ পৰা বহু দূৰ আঁতৰি যোৱা।
تفسیرهای عربی:
از فواید آیات این صفحه:
• سعة رحمة الله بعباده؛ فهو سبحانه يحب التوبة منهم، والتخفيف عنهم، وأما أهل الشهوات فإنما يريدون بهم ضلالًا عن الهدى.
বান্দাৰ প্ৰতি আল্লাহৰ কৃপা অপৰিসীম। আল্লাহে বান্দাৰ তাওবা পছন্দ কৰে আৰু সিহঁতক সুবিধা প্ৰদান কৰে। আনহাতে প্ৰবৃত্তিৰ অনুসাৰীসকলে সিহঁতক হিদায়তৰ পৰা আঁতৰ কৰাৰ প্ৰয়াস কৰে।

• حفظت الشريعة حقوق الناس؛ فحرمت الاعتداء على الأنفس والأموال والأعراض، ورتبت أعظم العقوبة على ذلك.
চৰীয়তে মানুহৰ অধিকাৰ সুৰক্ষিত কৰি সিহঁতৰ প্ৰাণ, ধন আৰু সন্মানৰ প্ৰতি অন্যায়ক হাৰাম কৰিছে, আৰু ইয়াৰ বাবে কঠোৰতম শাস্তি নিৰ্ধাৰণ কৰিছে।

• الابتعاد عن كبائر الذنوب سبب لدخول الجنة ومغفرة للصغائر.
ডাঙৰ গুনাহৰ পৰা বিৰত থকাটো হৈছে, জান্নাতত প্ৰৱেশ তথা সৰু সুৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ।

• الرضا بما قسم الله، وترك التطلع لما في يد الناس؛ يُجنِّب المرء الحسد والسخط على قدر الله تعالى.
আল্লাহে কৰা বিতৰণত সন্তুষ্টি পোষণ কৰা তথা মানুহৰ ওচৰত যি আছে সেই পিনে মন-কাণ নিদিয়া কাৰ্যই, এজন ব্যক্তিক ঈৰ্ষা তথা আল্লাহৰ ফয়চালাৰ প্ৰতি অসন্তুষ্টি ভাৱৰ পৰা ৰক্ষা কৰে।

 
ترجمهٔ معانی آیه: (27) سوره: نساء
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن