Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

আল-ফীল

Ina jeyaa e payndaale simoore ndee:
بيان قدرة الله وبطشه بالكائدين لبيته المحرّم.
আল্লাহৰ সন্মানীয় কাবা গৃহকলৈ চক্ৰান্ত কৰা লোকসকলৰ প্ৰতি আল্লাহৰ মজবুত গ্ৰেপ্তাৰী আৰু তেওঁৰ ক্ষমতাৰ বৰ্ণনা। info

external-link copy
1 : 105

اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِاَصْحٰبِ الْفِیْلِ ۟ؕ

হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল। info
التفاسير:

external-link copy
2 : 105

اَلَمْ یَجْعَلْ كَیْدَهُمْ فِیْ تَضْلِیْلٍ ۟ۙ

আল্লাহ তাআলাই সিহঁতৰ কাবা ধ্বংস কৰাৰ চক্ৰান্ত বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল। info
التفاسير:

external-link copy
3 : 105

وَّاَرْسَلَ عَلَیْهِمْ طَیْرًا اَبَابِیْلَ ۟ۙ

আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই পঠাইছিল। info
التفاسير:

external-link copy
4 : 105

تَرْمِیْهِمْ بِحِجَارَةٍ مِّنْ سِجِّیْلٍ ۟ۙ

যিবোৰে সিহঁতৰ ওপৰত টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল। info
التفاسير:

external-link copy
5 : 105

فَجَعَلَهُمْ كَعَصْفٍ مَّاْكُوْلٍ ۟۠

ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰিছিল, যিবোৰ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• خسران من لم يتصفوا بالإيمان وعمل الصالحات، والتواصي بالحق، والتواصي بالصبر.
সেই সকলৰ বাবে বিফলতা অনিবাৰ্য, যিসকলে ঈমান, সৎকৰ্ম, সত্যৰ উপদেশ আৰু ধৈৰ্যৰ উপদেশ আদিৰ পৰা বিৰত থাকে। info

• تحريم الهَمْز واللَّمْز في الناس.
মানুহৰ মাজত পৰচৰ্চা, পৰনিন্দা কৰা হাৰাম। info

• دفاع الله عن بيته الحرام، وهذا من الأمن الذي قضاه الله له.
আল্লাহে নিজৰ সন্মানিত ঘৰ কাবাৰ সুৰক্ষা কৰে। আচলতে এয়া হৈছে সেই নিৰাপত্তাৰ অংশ বিশেষ, যিটো আল্লাহ তাআলাই সেই ঘৰৰ কাৰণে ফয়চালা কৰি ৰাখিছে। info