Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (57) સૂરહ: યૂનુસ
یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَتْكُمْ مَّوْعِظَةٌ مِّنْ رَّبِّكُمْ وَشِفَآءٌ لِّمَا فِی الصُّدُوْرِ ۙ۬— وَهُدًی وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۟
হে মানৱজাতি! তোমালোকৰ ওচৰত কোৰআন আহি পৰিছে, য'ত আছে উপদেশ, প্ৰেৰণা আৰু সতৰ্কবাণী। ই অন্তৰত থকা সন্দেহ ও সংশয়মূলক ব্যাধি নিৰ্মূল কৰে, সত্যৰ পথ প্ৰদৰ্শন কৰে। তথা তাত মুমিনসকলৰ বাবে আছে দয়া, কিয়নো তেওঁলোকেই ইয়াৰ পৰা উপকৃত হয়।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• عظم ما ينتظر المشركين بالله من عذاب، حتى إنهم يتمنون دفعه بكل ما في الأرض، ولن يُقْبلَ منهم.
সেই ভয়াৱহ শাস্তিৰ প্ৰতি ইংগিত কৰা হৈছে, যি শাস্তি মুশ্বৰিকসকলৰ অপেক্ষাত আছে। পৰিস্থিতি এনেকুৱা হব যে, সিহঁতে পৃথিৱীৰ সকলো সম্পদ প্ৰদান কৰি হলেও সেই শাস্তিৰ পৰা নিজকে ৰক্ষা কৰাৰ কামনা কৰিব, কিন্তু সিহঁতৰ এই কামনা পূৰণ নহ'ব।

• القرآن شفاء للمؤمنين من أمراض الشهوات وأمراض الشبهات بما فيه من الهدايات والدلائل العقلية والنقلية.
কোৰআনত থকা হিদায়ত, বৌদ্ধিক আৰু ধাৰ্মিক প্ৰমাণসমূহ হৈছে কামনা-বাসনা আৰু সন্দেহৰ বেমাৰৰ প্ৰতিষেধক।

• ينبغي للمؤمن أن يفرح بنعمة الإسلام والإيمان دون غيرهما من حطام الدنيا.
মুমিনসকলে পাৰ্থিৱ জীৱনৰ গুৰুত্বহীন সামগ্ৰীৰ পৰিবৰ্তে ইছলাম আৰু ঈমানৰ নিয়ামতকলৈ সন্তুষ্ট হোৱা উচিত।

• دقة مراقبة الله لعباده وأعمالهم وخواطرهم ونياتهم.
আল্লাহে তেওঁৰ বান্দাসকলৰ, সিহঁতৰ কৰ্মৰ, সিদ্ধান্তৰ আৰু সংকল্পৰ সুক্ষ্ম নিৰীক্ষণ কৰে।

 
શબ્દોનું ભાષાંતર આયત: (57) સૂરહ: યૂનુસ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો