કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (97) સૂરહ: યૂનુસ
وَلَوْ جَآءَتْهُمْ كُلُّ اٰیَةٍ حَتّٰی یَرَوُا الْعَذَابَ الْاَلِیْمَ ۟
যদিও সিহঁতৰ ওচৰত চৰীয়তি আৰু পাৰ্থিৱ সকলো ধৰণৰ নিদৰ্শন আহি পৰে (তথাপিও সিহঁতে ঈমান পোষণ নকৰিব)। কিন্তু কষ্টদায়ক শাস্তি নিজ চকুৰে দেখিলেহে সিহঁতে ঈমান পোষণ কৰিব, অথচ সেই সময়ৰ ঈমানে সিহঁতক কোনো উপকাৰ নকৰিব।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• وجوب الثبات على الدين، وعدم اتباع سبيل المجرمين.
দ্বীনৰ ওপৰত অবিচল থকা অনিবাৰ্য তথা অপৰাধীসকলৰ পথ অনুসৰণৰ পৰা বিৰত থকা অপৰিহাৰ্য।

• لا تُقْبل توبة من حَشْرَجَت روحه، أو عاين العذاب.
মূমুৰ্ষ ব্যক্তিৰ অথবা নিজ চকুৰে শাস্তি প্ৰত্যক্ষ কৰা ব্যক্তিৰ তাওবা গ্ৰহণযোগ্য নহয়।

• أن اليهود والنصارى كانوا يعلمون صفات النبي صلى الله عليه وسلم، لكن الكبر والعناد هو ما منعهم من الإيمان.
ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুণ তথা বৈশিষ্ট্যৰ জ্ঞান আছিল। কিন্তু সিহঁতৰ অহংকাৰ আৰু স্বৈৰাচাৰীতাই ঈমান পোষণ কৰাত সিহঁতক বাধা প্ৰদান কৰিছিল।

 
શબ્દોનું ભાષાંતર આયત: (97) સૂરહ: યૂનુસ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો