Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (117) સૂરહ: હૂદ
وَمَا كَانَ رَبُّكَ لِیُهْلِكَ الْقُرٰی بِظُلْمٍ وَّاَهْلُهَا مُصْلِحُوْنَ ۟
হে ৰাছুল! এনেকুৱা কেতিয়াও হব নোৱাৰে যে, কোনো জনপদৰ মানুহে গঠনমূলক তথা সংশোধনমূলক কাম কৰি আছে, তথাপিও আপোনাৰ প্ৰতিপালকে তেওঁলোকক ধ্বংস কৰিব। বৰং তেওঁ সিহঁতক তেতিয়াহে ধ্বংস কৰে যেতিয়া তাৰ অধিবাসীসকলে কুফৰ, অন্যায়-অত্যাচাৰ আৰু গুনাহৰ দ্বাৰা পৰিবেশ কলুষিত কৰে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• وجوب الاستقامة على دين الله تعالى.
আল্লাহৰ দ্বীনত অবিচল থকা অনিবাৰ্য।

• التحذير من الركون إلى الكفار الظالمين بمداهنة أو مودة.
অন্যায়কাৰী কাফিৰসকলৰ ওচৰত ভালপোৱাৰ পাত্ৰ হ'বলৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত স্বীকাৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে।

• بيان سُنَّة الله تعالى في أن الحسنة تمحو السيئة.
আল্লাহৰ এটা সাধাৰণ নিয়ম হৈছে এই যে, তেওঁ নেকীৰ জৰিয়তে গুনাহ মোচন কৰে।

• الحث على إيجاد جماعة من أولي الفضل يأمرون بالمعروف، وينهون عن الفساد والشر، وأنهم عصمة من عذاب الله.
শিষ্টাচাৰী লোকৰ এটা দল নিৰ্মাণ কৰাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে, যিসকলে সৎকৰ্মৰ আদেশ দিব আৰু অসৎকৰ্ম তথা পৰিবেশ বিনষ্ট কৰাৰ পৰা মানুহক বিৰত ৰাখিব। যাতে তেওঁলোক আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষিত থাকে।

 
શબ્દોનું ભાષાંતર આયત: (117) સૂરહ: હૂદ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો