કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (14) સૂરહ: હૂદ
فَاِلَّمْ یَسْتَجِیْبُوْا لَكُمْ فَاعْلَمُوْۤا اَنَّمَاۤ اُنْزِلَ بِعِلْمِ اللّٰهِ وَاَنْ لَّاۤ اِلٰهَ اِلَّا هُوَ ۚ— فَهَلْ اَنْتُمْ مُّسْلِمُوْنَ ۟
যদি সিহঁত অপাৰগ হয় আৰু তোমালোকৰ দাবী পূৰণ কৰিব নোৱাৰে, তেন্তে হে মুমিনসকল! জানি থোৱা, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত কোৰআন জানি বুজি দৃঢ় জ্ঞানৰ সৈতে অৱতীৰ্ণ কৰিছে। এয়া মানৱ ৰচিত নহয়। আৰু এইটোও জানি থোৱা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে এইবোৰ অকাট্য যুক্তি প্ৰমাণৰ পিছত তোমালোক আল্লাহৰ আনুগত্য কৰিবলৈ সাজু নে?
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• تحدي الله تعالى للمشركين بالإتيان بعشر سور من مثل القرآن، وبيان عجزهم عن الإتيان بذلك.
আল্লাহে মুশ্বৰিকসকলক কোৰআনৰ দৰে দহটা ছুৰা আনিবলৈ প্ৰত্যাহ্বান জনাইছে, লগতে এই কথাও উল্লেখ কৰিছে যে, সিহঁতে এই কাম কৰিবলৈ কেতিয়াও সক্ষম নহ'ব।

• إذا أُعْطِي الكافر مبتغاه من الدنيا فليس له في الآخرة إلّا النار.
যিহেতু কাফিৰসকলক পৃথিৱীত সিহঁতৰ আশা অনুযায়ী সকলো দিয়া হৈছে, সেয়ে আখিৰাতত সিহঁতে জাহান্নামৰ বাহিৰে আন একো নাপাব।

• عظم ظلم من يفتري على الله الكذب وعظم عقابه يوم القيامة.
আল্লাহৰ প্ৰতি যিয়ে মিছা আৰোপ কৰে, সি হৈছে মহা-অন্যায়কাৰী, আৰু ক্বিয়ামতৰ দিনা সি মহাশাস্তিৰ সন্মুখীন হ'ব।

 
શબ્દોનું ભાષાંતર આયત: (14) સૂરહ: હૂદ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો