કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (114) સૂરહ: અશ્ શુઅરાઅ
وَمَاۤ اَنَا بِطَارِدِ الْمُؤْمِنِیْنَ ۟ۚ
তোমালোকে ঈমান আনিবা বুলি কৈ মোক যি প্ৰস্তাৱ দি আছা, সেই প্ৰস্তাৱ স্বীকাৰ কৰি মই কেতিয়াও মোৰ বৈঠকৰ পৰা মুমিনসকলক আঁতৰাই দিব নোৱাৰোঁ।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• أفضلية أهل السبق للإيمان حتى لو كانوا فقراء أو ضعفاء.
ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা লোকসকলৰ শ্ৰেষ্ঠতা, যদিও তেওঁলোক দুৰ্বল তথা দৰিদ্ৰই নহওক কিয়।

• إهلاك الظالمين، وإنجاء المؤمنين سُنَّة إلهية.
অন্যায়কাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• خطر الركونِ إلى الدنيا.
পৃথিৱীক প্ৰাধান্য দিয়া আৰু ইয়াৰ প্ৰতি ভৰসা কৰাৰ ভয়াৱহতা।

• تعنت أهل الباطل، وإصرارهم عليه.
বাতিলপন্থীৰ জিদ আৰু সিহঁতৰ আঁকোৰগোজ স্বভাৱ।

 
શબ્દોનું ભાષાંતર આયત: (114) સૂરહ: અશ્ શુઅરાઅ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો