કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (31) સૂરહ: અન્ નમલ
اَلَّا تَعْلُوْا عَلَیَّ وَاْتُوْنِیْ مُسْلِمِیْنَ ۟۠
তোমালোকে অহংকাৰ নকৰিবা, লগতে তোমালোকে যি শ্বিৰ্কত লিপ্ত হৈ আছা, সেইবোৰ ত্যাগ কৰি মই আহ্বান কৰা আল্লাহৰ তাওহীদ স্বীকাৰ কৰি আনুগত্যশীল হৈ বিনীতভাৱে মোৰ ওচৰলৈ গুচি আহা।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• إنكار الهدهد على قوم سبأ ما هم عليه من الشرك والكفر دليل على أن الإيمان فطري عند الخلائق.
হুদহুদ চৰায়ে ছাবা জনগোষ্ঠীৰ শ্বিৰ্ক আৰু কুফৰী কামক নসাৎ কৰিছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সকলো সৃষ্টিৰ মাজত প্ৰাকৃতিকৰূপে ঈমান নিহিত আছে।

• التحقيق مع المتهم والتثبت من حججه.
আৰোপীৰ বিষয়ে অনুসন্ধান কৰা তথা তাৰ যুক্তিবোৰক গভীৰভাৱে পৰ্যালোচনা কৰা অতি জৰুৰী।

• مشروعية الكشف عن أخبار الأعداء.
শত্ৰুৰ সংবাদবোৰ প্ৰকাশ কৰা বৈধ।

• من آداب الرسائل افتتاحها بالبسملة.
বিছমিল্লাহৰ জৰিয়তে পত্ৰ আৰম্ভ কৰাটো পত্ৰ লিখাৰ নিয়ম।

• إظهار عزة المؤمن أمام أهل الباطل أمر مطلوب.
বাতিলৰ সন্মুখত মুমিনৰ শক্তি প্ৰদৰ্শন অতি আৱশ্যক।

 
શબ્દોનું ભાષાંતર આયત: (31) સૂરહ: અન્ નમલ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો