કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
24 : 28

فَسَقٰی لَهُمَا ثُمَّ تَوَلّٰۤی اِلَی الظِّلِّ فَقَالَ رَبِّ اِنِّیْ لِمَاۤ اَنْزَلْتَ اِلَیَّ مِنْ خَیْرٍ فَقِیْرٌ ۟

এই শুনি তেওঁলোকৰ প্ৰতি মুছা আলাইহিচ্ছালামৰ পুতৌ জন্মিল আৰু তেওঁলোকৰ ছাগলীবোৰক লৈ তেওঁ পানী খুৱাই আনিলে। ইয়াৰ পিছত তেওঁ গছৰ ছাঁত গৈ বিশ্ৰাম কৰিবলৈ ধৰিলে, লগতে নিজ প্ৰতিপালকৰ ওচৰত তেওঁৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ ওপৰত যি কল্যাণেই নকৰা কিয়, সেইটোৱে এতিয়া মোৰ প্ৰয়োজন। info
التفاسير:
આ પાના પર આયતોના ફાયદાઓ:
• الالتجاء إلى الله طريق النجاة في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত মুক্তি লাভ কৰাৰ অন্যতম পথ হৈছে আল্লাহৰ ওচৰত কাকুতি-মিনতি কৰি প্ৰাৰ্থনা কৰা। info

• حياء المرأة المسلمة سبب كرامتها وعلو شأنها.
মুছলিম নাৰীৰ লজ্জাবোধে তেওঁলোকৰ সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি কৰে। info

• مشاركة المرأة بالرأي، واعتماد رأيها إن كان صوابًا أمر محمود.
নাৰীসকলেও পৰামৰ্শত অংশগ্ৰহণ কৰিব পাৰে। যদি সিহঁতৰ পৰামৰ্শ সঠিক বুলি বিবেচিত হয় তেন্তে তেনে পৰামৰ্শ মতে আমল কৰা উচিত। info

• القوة والأمانة صفتا المسؤول الناجح.
দায়িত্বশীল ব্যক্তিৰ দুটা অন্যতম বৈশিষ্ট্য হৈছে, শক্তিশালী হোৱা আৰু বিশ্বস্ত হোৱা। info

• جواز أن يكون المهر منفعة.
উপকাৰী বিষয়কো মোহৰ হিচাপে গ্ৰহণ কৰা বৈধ। info