કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (182) સૂરહ: આલિ ઇમરાન
ذٰلِكَ بِمَا قَدَّمَتْ اَیْدِیْكُمْ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟ۚ
হে ইয়াহুদীসকল! এই শাস্তি তোমালোকৰ নিজৰ গুনাহ আৰু কুকৰ্মৰ কাৰণেহে। জানি থোৱা! আল্লাহে নিজ বান্দাসকলৰ মাজৰ কাৰো ওপৰত অত্যাচাৰ নকৰে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• من سوء فعال اليهود وقبيح أخلاقهم اعتداؤهم على أنبياء الله بالتكذيب والقتل.
ইয়াহুদীসকলৰ কুকৰ্ম আৰু সিহঁতৰ নিকৃষ্টতাৰ এটা উদাহৰণ এই যে, সিহঁতে আল্লাহৰ নবীসকলক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকক হত্যাও কৰিছিল।

• كل فوز في الدنيا فهو ناقص، وإنما الفوز التام في الآخرة، بالنجاة من النار ودخول الجنة.
পৃথিৱীৰ সকলো সফলতা অসম্পূৰ্ণ, আনহাতে আখিৰাতৰ সফলতাই হৈছে পৰিপূৰ্ণ সফলতা। আৰু সেয়া হৈছে জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ।

• من أنواع الابتلاء الأذى الذي ينال المؤمنين في دينهم وأنفسهم من قِبَل أهل الكتاب والمشركين، والواجب حينئذ الصبر وتقوى الله تعالى.
সেই কষ্টও এক প্ৰকাৰৰ পৰীক্ষা, যিটো মুমিনসকলে আহলে কিতাব আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা পাই থাকে। এনেকুৱা পৰিস্থিত ধৈৰ্য ধাৰণ কৰা উচিত আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত।

 
શબ્દોનું ભાષાંતર આયત: (182) સૂરહ: આલિ ઇમરાન
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો