કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (16) સૂરહ: અલ્ અહઝાબ
قُلْ لَّنْ یَّنْفَعَكُمُ الْفِرَارُ اِنْ فَرَرْتُمْ مِّنَ الْمَوْتِ اَوِ الْقَتْلِ وَاِذًا لَّا تُمَتَّعُوْنَ اِلَّا قَلِیْلًا ۟
হে ৰাছুল! আপুনি সেই লোকসকলক কৈ দিয়ক যে, যদি তোমালোকে মৃত্যু অথবা হত্যাক ভয় কৰি যুদ্ধৰ পৰা পলায়ন কৰিব বিচাৰিছা, তেন্তে জানি থোৱা! এই পলায়নে তোমালোকক একো উপকাৰ কৰিব নোৱাৰিব। কাৰণ মৃত্যুৰ সময় নিৰ্ধাৰিত আছে। এতেকে যদি তোমালোকে পলায়ন কৰা, ইপিনে তোমালোকৰ মৃত্যুৰ সময়ো যদি নিকটৱৰ্তী নাথাকে, তথাপিও তোমালোকে অতি কম সময়হে পাৰ্থিৱ জীৱন উপভোগ কৰিব পাৰিবা।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• الآجال محددة؛ لا يُقَرِّبُها قتال، ولا يُبْعِدُها هروب منه.
মৃত্যুৰ সময় নিৰ্ধাৰিত। যুদ্ধৰ ফলত ই কেতিয়াও নিকটৱৰ্তী নহয়। আনহাতে পলায়নৰ ফলত এই সময় কেতিয়াও পিছুৱাই নাযায়।

• التثبيط عن الجهاد في سبيل الله شأن المنافقين دائمًا.
আল্লাহৰ পথত জিহাদ কৰিবলৈ বাধা প্ৰদান কৰাটো হৈছে মুনাফিকসকলৰ পৰম্পৰাগত চৰিত্ৰ।

• الرسول صلى الله عليه وسلم قدوة المؤمنين في أقواله وأفعاله.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ মুমিনসকলৰ বাবে উত্তম আদৰ্শ।

• الثقة بالله والانقياد له من صفات المؤمنين.
আল্লাহৰ প্ৰতি ভৰসা কৰা আৰু তেওঁৰ আনুগত্য কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য।

 
શબ્દોનું ભાષાંતર આયત: (16) સૂરહ: અલ્ અહઝાબ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - સંક્ષિપ્ત કુરઆન મજીદની તફસીર - ભાષાંતરોની અનુક્રમણિકા

કુરઆન મજીદની સંક્ષિપ્ત સમજુતી આસામી ભાષામાં, જે તફસીર લિદ્દરાસતીલ્ કુરઆનિયહે દ્વારા પ્રકાશિત થયું

બંધ કરો