Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (47) Sura: Yusuf
قَالَ تَزْرَعُوْنَ سَبْعَ سِنِیْنَ دَاَبًا ۚ— فَمَا حَصَدْتُّمْ فَذَرُوْهُ فِیْ سُنْۢبُلِهٖۤ اِلَّا قَلِیْلًا مِّمَّا تَاْكُلُوْنَ ۟
ইউছুফ আলাইহিছ ছালামে এই সপোনৰ ব্যাখ্যা কৰি ক'লেঃ তোমালোকে ধাৰাবাহিকভাৱে সাত বছৰ পূৰ্ণ পৰিশ্ৰম সহকাৰে খেতি কৰিবা, আৰু প্ৰত্যেক বছৰ উপাৰ্জন কৰা শস্য বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শীহ সহকাৰে থৈ দিবা। আনহাতে প্ৰয়োজন সাপেক্ষে যিখিনি খাবলৈ লাগে সেইখিনি ওলাই লবা।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• من كمال أدب يوسف أنه أشار لحَدَث النسوة ولم يشر إلى حَدَث امرأة العزيز.
ইউছুফ আলাইহিছ ছালামৰ শিষ্টাচাৰৰ উত্তম এটা উদাহৰণ এই যে, তেওঁ চহৰৰ মহিলাসকলৰ ঘটনাৰ প্ৰতি ইংগিত কৰিলে কিন্তু আজিজৰ পত্নীৰ লগত হোৱা ঘটনাৰ প্ৰতি ইংগিত কৰা নাই।

• كمال علم يوسف عليه السلام في حسن تعبير الرؤى.
ইউছুফ আলাইহিছ ছালাম সপোনৰ ব্যাখ্যাৰ ক্ষেত্ৰত পূৰ্ণ জ্ঞানৰ অধিকাৰী আছিল।

• مشروعية تبرئة النفس مما نُسب إليها ظلمًا، وطلب تقصّي الحقائق لإثبات الحق.
কোনো ব্যক্তিৰ ওপৰত যদি মিছা আৰোপ কৰা হয় তেন্তে নিজকে দোষমুক্ত কৰিবলৈ আৰু সত্য উদ্ঘাটন কৰিবলৈ তদন্ত দাবী কৰাৰ প্ৰমাণ।

• فضيلة الصدق وقول الحق ولو كان على النفس.
সত্য কথা কোৱা আৰু সত্যতাৰ গুৰুত্ব। যদিও নিজৰ বিৰুদ্ধেই নহওঁক কিয়।

 
Fassarar Ma'anoni Aya: (47) Sura: Yusuf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa