Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
47 : 12

قَالَ تَزْرَعُوْنَ سَبْعَ سِنِیْنَ دَاَبًا ۚ— فَمَا حَصَدْتُّمْ فَذَرُوْهُ فِیْ سُنْۢبُلِهٖۤ اِلَّا قَلِیْلًا مِّمَّا تَاْكُلُوْنَ ۟

ইউছুফ আলাইহিছ ছালামে এই সপোনৰ ব্যাখ্যা কৰি ক'লেঃ তোমালোকে ধাৰাবাহিকভাৱে সাত বছৰ পূৰ্ণ পৰিশ্ৰম সহকাৰে খেতি কৰিবা, আৰু প্ৰত্যেক বছৰ উপাৰ্জন কৰা শস্য বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শীহ সহকাৰে থৈ দিবা। আনহাতে প্ৰয়োজন সাপেক্ষে যিখিনি খাবলৈ লাগে সেইখিনি ওলাই লবা। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• من كمال أدب يوسف أنه أشار لحَدَث النسوة ولم يشر إلى حَدَث امرأة العزيز.
ইউছুফ আলাইহিছ ছালামৰ শিষ্টাচাৰৰ উত্তম এটা উদাহৰণ এই যে, তেওঁ চহৰৰ মহিলাসকলৰ ঘটনাৰ প্ৰতি ইংগিত কৰিলে কিন্তু আজিজৰ পত্নীৰ লগত হোৱা ঘটনাৰ প্ৰতি ইংগিত কৰা নাই। info

• كمال علم يوسف عليه السلام في حسن تعبير الرؤى.
ইউছুফ আলাইহিছ ছালাম সপোনৰ ব্যাখ্যাৰ ক্ষেত্ৰত পূৰ্ণ জ্ঞানৰ অধিকাৰী আছিল। info

• مشروعية تبرئة النفس مما نُسب إليها ظلمًا، وطلب تقصّي الحقائق لإثبات الحق.
কোনো ব্যক্তিৰ ওপৰত যদি মিছা আৰোপ কৰা হয় তেন্তে নিজকে দোষমুক্ত কৰিবলৈ আৰু সত্য উদ্ঘাটন কৰিবলৈ তদন্ত দাবী কৰাৰ প্ৰমাণ। info

• فضيلة الصدق وقول الحق ولو كان على النفس.
সত্য কথা কোৱা আৰু সত্যতাৰ গুৰুত্ব। যদিও নিজৰ বিৰুদ্ধেই নহওঁক কিয়। info