Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (86) Sura: Suratu Saad
قُلْ مَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مِنْ اَجْرٍ وَّمَاۤ اَنَا مِنَ الْمُتَكَلِّفِیْنَ ۟
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়কঃ মই তোমালোকক যি বাৰ্তা পৌঁচাই দিওঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। আনহাতে মই বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ হেৰফেৰো নকৰোঁ, মোক যেনেকৈ আদেশ দিয়া হয় ঠিক তেনেকৈয়ে পৌঁচাই দিওঁ।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الداعي إلى الله يحتسب الأجر من عنده، لا يريد من الناس أجرًا على ما يدعوهم إليه من الحق.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰতেই ছোৱাব কামনা কৰে। সত্যৰ পিনে আহ্বান কৰিবলৈ মানুহৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰে।

• التكلّف ليس من الدِّين.
দুমুখীয়া নীতিৰ সৈতে ইছলামৰ কোনো সম্পৰ্ক নাই।

• التوسل إلى الله يكون بأسمائه وصفاته وبالإيمان وبالعمل الصالح لا غير.
আল্লাহৰ নাম, তেওঁৰ বিশেষণ আৰু ঈমান তথা নেক কৰ্মৰ জৰিয়তেহে আল্লাহৰ সৈতে মধ্যস্ততা কৰা সম্ভৱ। ইয়াৰ বাহিৰে আন কোনো উপায় নাই।

 
Fassarar Ma'anoni Aya: (86) Sura: Suratu Saad
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa