Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (86) Surah: Sād
قُلْ مَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مِنْ اَجْرٍ وَّمَاۤ اَنَا مِنَ الْمُتَكَلِّفِیْنَ ۟
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়কঃ মই তোমালোকক যি বাৰ্তা পৌঁচাই দিওঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। আনহাতে মই বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ হেৰফেৰো নকৰোঁ, মোক যেনেকৈ আদেশ দিয়া হয় ঠিক তেনেকৈয়ে পৌঁচাই দিওঁ।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الداعي إلى الله يحتسب الأجر من عنده، لا يريد من الناس أجرًا على ما يدعوهم إليه من الحق.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰতেই ছোৱাব কামনা কৰে। সত্যৰ পিনে আহ্বান কৰিবলৈ মানুহৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰে।

• التكلّف ليس من الدِّين.
দুমুখীয়া নীতিৰ সৈতে ইছলামৰ কোনো সম্পৰ্ক নাই।

• التوسل إلى الله يكون بأسمائه وصفاته وبالإيمان وبالعمل الصالح لا غير.
আল্লাহৰ নাম, তেওঁৰ বিশেষণ আৰু ঈমান তথা নেক কৰ্মৰ জৰিয়তেহে আল্লাহৰ সৈতে মধ্যস্ততা কৰা সম্ভৱ। ইয়াৰ বাহিৰে আন কোনো উপায় নাই।

 
Salin ng mga Kahulugan Ayah: (86) Surah: Sād
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Indise ng mga Salin

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Isara