Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (34) Sura: Al'zumar
لَهُمْ مَّا یَشَآءُوْنَ عِنْدَ رَبِّهِمْ ؕ— ذٰلِكَ جَزٰٓؤُا الْمُحْسِنِیْنَ ۟ۚۖ
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ চিৰস্থায়ী সা-সুবিধা উপলব্ধ থাকিব। এইটোৱেই হৈছে সেই পূণ্যৱান লোকসকলৰ কৰ্মৰ প্ৰতিদান, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদ্ব্যৱহাৰ কৰে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• عظم خطورة الافتراء على الله ونسبة ما لا يليق به أو بشرعه له سبحانه.
আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা, তেওঁৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰা তথা তেওঁৰ চৰীয়তত কোনো বিষয় সংযোজন কৰা আদি হৈছে মহা অপৰাধ।

• ثبوت حفظ الله للرسول صلى الله عليه وسلم أن يصيبه أعداؤه بسوء.
এই কথা প্ৰমাণিত যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক শত্ৰুৰ পৰা স্বয়ং আল্লাহেই সুৰক্ষিত ৰাখিছিল।

• الإقرار بتوحيد الربوبية فقط بغير توحيد الألوهية، لا ينجي صاحبه من عذاب النار.
তাওহীদে উলুহিয়্যত স্বীকাৰ নকৰাকৈ কেৱল তাওহীদে ৰূবুবিয়্যত স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা মুক্তি লাভ কৰা সম্ভৱ নহয়।

 
Fassarar Ma'anoni Aya: (34) Sura: Al'zumar
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa