Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (34) સૂરહ: અઝ્ ઝુમર
لَهُمْ مَّا یَشَآءُوْنَ عِنْدَ رَبِّهِمْ ؕ— ذٰلِكَ جَزٰٓؤُا الْمُحْسِنِیْنَ ۟ۚۖ
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ চিৰস্থায়ী সা-সুবিধা উপলব্ধ থাকিব। এইটোৱেই হৈছে সেই পূণ্যৱান লোকসকলৰ কৰ্মৰ প্ৰতিদান, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদ্ব্যৱহাৰ কৰে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• عظم خطورة الافتراء على الله ونسبة ما لا يليق به أو بشرعه له سبحانه.
আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা, তেওঁৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰা তথা তেওঁৰ চৰীয়তত কোনো বিষয় সংযোজন কৰা আদি হৈছে মহা অপৰাধ।

• ثبوت حفظ الله للرسول صلى الله عليه وسلم أن يصيبه أعداؤه بسوء.
এই কথা প্ৰমাণিত যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক শত্ৰুৰ পৰা স্বয়ং আল্লাহেই সুৰক্ষিত ৰাখিছিল।

• الإقرار بتوحيد الربوبية فقط بغير توحيد الألوهية، لا ينجي صاحبه من عذاب النار.
তাওহীদে উলুহিয়্যত স্বীকাৰ নকৰাকৈ কেৱল তাওহীদে ৰূবুবিয়্যত স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা মুক্তি লাভ কৰা সম্ভৱ নহয়।

 
શબ્દોનું ભાષાંતર આયત: (34) સૂરહ: અઝ્ ઝુમર
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો