Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
9 : 19

قَالَ كَذٰلِكَ ۚ— قَالَ رَبُّكَ هُوَ عَلَیَّ هَیِّنٌ وَّقَدْ خَلَقْتُكَ مِنْ قَبْلُ وَلَمْ تَكُ شَیْـًٔا ۟

ফিৰিস্তাই ক'লেঃ হয়, বিষয়টো তেনেকুৱাই যিদৰে আপুনি ব্যক্ত কৰিছে যে, আপোনাৰ স্ত্ৰী বন্ধ্যা আৰু আপুনিও বৃদ্ধাৱস্থাৰ শেষ সীমাত উপনীত হৈছে তথা আপোনাৰ হাড়সমূহ দুৰ্বল হৈছে। কিন্তু আপোনাৰ প্ৰতিপালকে কৈছেঃ এজনী বন্ধ্যা মাকৰ গৰ্ভৰ পৰা আৰু এজন বৃদ্ধ পিতৃৰ পৰা ইয়াহইয়াক সৃষ্টি কৰা তেওঁৰ বাবে তেনেই সহজ। কিয়নো (হে যাকাৰিয়্যা) ইতিপূৰ্বে মই তোমাক সৃষ্টি কৰিছোঁ, অথচ তুমি উল্লেখযোগ্য একোৱেই নাছিলা। অৰ্থাৎ তোমাৰ কোনো অস্তিত্বই নাছিল। info
التفاسير:
Insegnamenti tratti dai versetti:
• الضعف والعجز من أحب وسائل التوسل إلى الله؛ لأنه يدل على التَّبَرُّؤِ من الحول والقوة، وتعلق القلب بحول الله وقوته.
শিৰ নত কৰা আৰু বিনীত হোৱাটো আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ এটা প্ৰিয় মাধ্যম। কিয়নো এইটোৱে প্ৰমাণ কৰে যে, মানুহৰ ওচৰত কোনো শক্তি সামৰ্থ নাই। অন্তৰৰ সম্পৰ্ক আল্লাহৰ শক্তি সামৰ্থৰ লগত জৰিত। info

• يستحب للمرء أن يذكر في دعائه نعم الله تعالى عليه، وما يليق بالخضوع.
মানুহে দুআ কৰাৰ সময়ত আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ উল্লেখ কৰা উচিত তথা বিনয়ী ভাৱ প্ৰকাশ কৰা উচিত। info

• الحرص على مصلحة الدين وتقديمها على بقية المصالح.
ধাৰ্মিক হিতসমূহ ৰক্ষা কৰা আৰু আন আন হিতৰ ওপৰত ইয়াক প্ৰাধান্য দিয়া উচিত। info

• تستحب الأسماء ذات المعاني الطيبة.
উত্তম অৰ্থবিশিষ্ট নাম ৰখা মুস্তাহাব। info