Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
38 : 21

وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰসকলে খৰধৰ কৰি কয়ঃ হে মুছলিমসকল! যদি তোমালোক এই দাবীত সত্যবাদী যে, আমি পুনৰ জীৱিত হ’বই লাগিব তেন্তে কোৱাচোন! এইটো কেতিয়া সংঘটিত হ’ব?! info
التفاسير:
Insegnamenti tratti dai versetti:
• بيان كفر من يستهزئ بالرسول، سواء بالقول أو الفعل أو الإشارة.
এই কথাৰ বৰ্ণনা যে, ৰাছুলৰ লগত উপহাস কৰা ব্যক্তি হৈছে কাফিৰ, সেই উপহাস কথাৰ জৰিয়তেই হওঁক অথবা কৰ্মৰ জৰিয়তে নাইবা ইংগিতেৰে। info

• من طبع الإنسان الاستعجال، والأناة خلق فاضل.
মানুহ স্বভাৱগতভাৱে ক্ষীপ্ৰতাপ্ৰিয়। আনহাতে ধৈৰ্য্য ধাৰণ কৰাটো হৈছে এটা উত্তম বৈশিষ্ট্য। info

• لا يحفظ من عذاب الله إلا الله.
আল্লাহৰ শাস্তিৰ পৰা আল্লাহৰ বাহিৰে আন কোনেও ৰক্ষা কৰিব নোৱাৰে। info

• مآل الباطل الزوال، ومآل الحق البقاء.
অসত্য ধ্বংস হোৱাটো অনিবাৰ্য, বাকী থাকিব কেৱল সত্য। info