Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
56 : 24

وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاَطِیْعُوا الرَّسُوْلَ لَعَلَّكُمْ تُرْحَمُوْنَ ۟

পৰিপূৰ্ণভাৱে চালাত আদায় কৰা, নিজৰ সম্পত্তিৰ যাকাত প্ৰদান কৰা। লগতে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁ নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকি, তেওঁৰ আনুগত্য কৰা। যাতে তোমালোকে আল্লাহৰ ৰহমত লাভ কৰিব পাৰা। info
التفاسير:
Insegnamenti tratti dai versetti:
• اتباع الرسول صلى الله عليه وسلم علامة الاهتداء.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ হৈছে হিদায়ত লাভৰ প্ৰতীক। info

• على الداعية بذل الجهد في الدعوة، والنتائج بيد الله.
ধৰ্মপ্ৰচাৰকসকলে সম্পূৰ্ণ প্ৰয়াসৰ সৈতে কাম কৰি যোৱা উচিত, আৰু পৰিণাম হৈছে আল্লাহৰ হাতত। info

• الإيمان والعمل الصالح سبب التمكين في الأرض والأمن.
ঈমান আৰু সৎকৰ্ম হৈছে পৃথিৱীত প্ৰতিষ্ঠিত হোৱাৰ আৰু নিৰাপদ পৰিৱেশ সৃষ্টি কৰাৰ অন্যতম উপায়। info

• تأديب العبيد والأطفال على الاستئذان في أوقات ظهور عورات الناس.
দাস-দাসী আৰু শিশুসকলক শিষ্টাচাৰ শিকোৱা উচিত যে, পৰ্দা কৰা সময়ছোৱাত (যেতিয়া মানুহে সচৰাচৰ কাপোৰ-কানি খুলি ৰাখে তেতিয়া) অনুমতি লৈ ঘৰত অথবা কোঠাত প্ৰৱেশ কৰা উচিত। info