Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
44 : 25

اَمْ تَحْسَبُ اَنَّ اَكْثَرَهُمْ یَسْمَعُوْنَ اَوْ یَعْقِلُوْنَ ؕ— اِنْ هُمْ اِلَّا كَالْاَنْعَامِ بَلْ هُمْ اَضَلُّ سَبِیْلًا ۟۠

হে ৰাছুল! আপুনি ভাৱে নেকি যে, যিসকল লোকক আপুনি আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰি আছে সিহঁতে আপোনাৰ কথা মানিবলৈ শুনে তথা সিহঁতে যুক্তি আৰু দলিলবোৰ বুজি পায়? কদাপিও নহয়। সিহঁত শ্ৰৱণৰ ক্ষেত্ৰত আৰু বুজাৰ ক্ষেত্ৰত চতুষ্পদ জন্তুতকৈও অধম, বৰং তাতোকৈ নিকৃষ্ট। info
التفاسير: |
Insegnamenti tratti dai versetti:
• انحطاط الكافر إلى مستوى دون مستوى الحيوان بسبب كفره بالله.
কাফিৰসকলে আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে চতুষ্পদ জন্তুতকৈও নিকৃষ্ট হৈ পৰে, বৰং তাতকৈও অধম হৈ পৰে। info

• ظاهرة الظل آية من آيات الله الدالة على قدرته.
ছাঁ হৈছে আল্লাহৰ নিদৰ্শনসমূহৰ মাজৰ এটা অন্যতম নিদৰ্শন, যিটো আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। info

• تنويع الحجج والبراهين أسلوب تربوي ناجح.
বিভিন্ন ধৰণৰ যুক্তি আৰু প্ৰমাণ উপস্থাপন কৰাটো হৈছে প্ৰশিক্ষণৰ সফল পদ্ধতি। info

• الدعوة بالقرآن من صور الجهاد في سبيل الله.
কোৰআনৰ দ্বাৰা মানুহক আল্লাহৰ প্ৰতি আহ্বান কৰা, এইটো আল্লাহৰ পথত সংগ্ৰাম কৰাৰ অন্যতম এটা ৰূপ। info