Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano * - Indice Traduzioni


Traduzione dei significati Versetto: (30) Sura: Az-Zumar
اِنَّكَ مَیِّتٌ وَّاِنَّهُمْ مَّیِّتُوْنَ ۟ؗ
হে ৰাছুল! নিশ্চয় আপুনিও মৃত্যুবৰণ কৰিব আৰু সিহঁতেও মৃত্যুবৰণ কৰিব।
Esegesi in lingua araba:
Alcuni insegnamenti da trarre da questi versi sono:
• أهل الإيمان والتقوى هم الذين يخشعون لسماع القرآن، وأهل المعاصي والخذلان هم الذين لا ينتفعون به.
ঈমান্দাৰ তথা মুত্ত্বাক্বীসকলে কোৰআন শুনি ভীতি-অৱনত হয়। আনহাতে পাপিষ্ঠসকলে তথা ক্ষতিগ্ৰস্তসকলে ইয়াৰ দ্বাৰা উপকৃত নহয়।

• التكذيب بما جاءت به الرسل سبب نزول العذاب إما في الدنيا أو الآخرة أو فيهما معًا.
ৰাছুলসকলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিলে শাস্তি অৱতীৰ্ণ হয়। কেতিয়াবা পৃথিৱীতেই সেই শাস্তি প্ৰদান কৰা হয়, আকৌ কেতিয়াবা আখিৰাতৰ বাবে বিলম্ব কৰা হয়, আনহাতে কেতিয়াবা পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতেই শাস্তি দিয়া হয়।

• لم يترك القرآن شيئًا من أمر الدنيا والآخرة إلا بيَّنه، إما إجمالًا أو تفصيلًا، وضرب له الأمثال.
কোৰআনত পৃথিৱী আৰু আখিৰাত সম্পৰ্কীয় প্ৰত্যেক বিষয় বৰ্ণনা কৰা হৈছে, সংক্ষিপ্তভাৱে হওক অথবা বিস্তাৰিত। লগতে ইয়াৰ বাবে তেওঁ উদাহৰণ দাঙি ধৰিছে।

 
Traduzione dei significati Versetto: (30) Sura: Az-Zumar
Indice delle Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano - Indice Traduzioni

Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano, edita da Tafseer Center for Quranic Studies

Chiudi