Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
32 : 50

هٰذَا مَا تُوْعَدُوْنَ لِكُلِّ اَوَّابٍ حَفِیْظٍ ۟ۚ

তেওঁলোকক কোৱা হ’বঃ এইখনেই হৈছে সেই জান্নাত, যিখনৰ প্ৰতিশ্ৰুতি তোমালোকৰ মাজৰ প্ৰত্যেক সেই ব্যক্তিক দিয়া হৈছিল, যিয়ে তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে, তথা নিজ প্ৰতিপালকে অনিবাৰ্য কৰা বিষয়বোৰ দায়িত্ব সহকাৰে পালন কৰে। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• علم الله بما يخطر في النفوس من خير وشر.
মানুহৰ অন্তৰত উদ্ভৱ হোৱা ভাল-বেয়া ধাৰণা সম্পৰ্কেও আল্লাহ অৱগত। info

• خطورة الغفلة عن الدار الآخرة.
আখিৰাতৰ পৰা অমনোযোগিতা হৈছে অতি ভয়াৱহ। info

• ثبوت صفة العدل لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘ন্যায়’ সম্পৰ্কে প্ৰমাণ পোৱা গ’ল। info