クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
224 : 2

وَلَا تَجْعَلُوا اللّٰهَ عُرْضَةً لِّاَیْمَانِكُمْ اَنْ تَبَرُّوْا وَتَتَّقُوْا وَتُصْلِحُوْا بَیْنَ النَّاسِ ؕ— وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟

আল্লাহৰ শপতক সত্কৰ্ম, তাক্বৱা আৰু মানুহৰ মাজত মীমাংসা নকৰাৰ বাহানা কৰি প্ৰতিৰোধ হিচাপে ব্যৱহাৰ নকৰিবা, বৰং যেতিয়া সত্কৰ্ম নকৰাৰ শপত খোৱা তেতিয়া সত্কৰ্ম কৰা আৰু নিজৰ শপতৰ কাফফাৰা আদায় কৰা। নিশ্চয় আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সবিশেষ অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
本諸節の功徳:
• تحريم النكاح بين المسلمين والمشركين، وذلك لبُعد ما بين الشرك والإيمان.
মুছলিম আৰু মুশ্বৰিকৰ মাজত বিবাহ বন্ধন হাৰাম, কাৰণ শ্বিৰ্ক আৰু ঈমানৰ মাজত ডাঙৰ ব্যৱধান আছে। info

• دلت الآية على اشتراط الولي عند عقد النكاح؛ لأن الله تعالى خاطب الأولياء لمّا نهى عن تزويج المشركين.
উক্ত আয়াতে প্ৰমাণ কৰে যে, বিবাহৰ সময়ত অভিভাৱক থকাটো বিবাহৰ চৰ্ত। কিয়নো আল্লাহে মুশ্বৰিকৰ লগত বিবাহ সংক্ৰান্ত বিষয়ত অভিভাৱকক সম্বোধন কৰিছে। info

• حث الشريعة على الطهارة الحسية من النجاسات والأقذار، والطهارة المعنوية من الشرك والمعاصي.
চৰীয়তে সকলো প্ৰকাৰ অপৱিত্ৰতাৰ পৰা পৰিস্কাৰ পৰিচ্ছন্ন থাকিবলৈ প্ৰেৰণা যোগায়, প্ৰকাশ্য অপৱিত্ৰতা যেনে- ময়লা-আৱৰ্জনা আৰু নাপাকী আৰু আভ্যন্তৰীণ অপৱিত্ৰতা যেনে- শ্বিৰ্ক আৰু অন্যান্য গুনাহ। info

• ترغيب المؤمن في أن يكون نظره في أعماله - حتى ما يتعلق بالملذات - إلى الدار الآخرة، فيقدم لنفسه ما ينفعه فيها.
মুমিনসকলক সকলো কৰ্মতে আখিৰাতৰ পিনে লক্ষ্য ৰাখিবলৈ উদ্বুদ্ধ কৰিছে আনকি উপভোগ কৰাৰ সময়তো। এতেকে নিজৰ বাবে সেই বস্তুটো চয়ন কৰা উচিত যিটো আখিৰাতত অধিক লাভদায়ক হব। info