Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (242) 章: 雌牛章
كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ۟۠
হে মুমিনসকল! উক্ত বিৱৰণৰ দৰেই আল্লাহে তোমালোকৰ বাবে তেওঁৰ বিধান আৰু সীমাৰেখাৰ বৰ্ণনা দিয়ে। যাতে তোমালোকে বুজি পোৱা আৰু আমল কৰা লগতে পৰিণামস্বৰূপে পৃথিৱী আৰু আখিৰাতত কল্যাণ প্ৰাপ্ত হোৱা।
アラビア語 クルアーン注釈:
本諸節の功徳:
• الحث على المحافظة على الصلاة وأدائها تامة الأركان والشروط، فإن شق عليه صلَّى على ما تيسر له من الحال.
ছালাতক ইয়াৰ আৰকান আৰু চৰ্তৰ সৈতে আদায় কৰাৰ প্ৰতি উদ্বুদ্ধ কৰিছে। যদি এনেকৈ আদায় কৰাত কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে যিদৰে আদায় কৰা সম্ভৱ হয় সেইদৰেই আদায় কৰিব।

• رحمة الله تعالى بعباده ظاهرة، فقد بين لهم آياته أتم بيان للإفادة منها.
এই কথা স্পষ্ট যে, আল্লাহ তেওঁৰ বান্দাৰ প্ৰতি কৃপাশীল। কিয়নো তেওঁ বান্দাসকলৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছে। যাতে বান্দাসকলে ইয়াৰ পৰা উপকৃত হব পাৰে।

• أن الله تعالى قد يبتلي بعض عباده فيضيِّق عليهم الرزق، ويبتلي آخرين بسعة الرزق، وله في ذلك الحكمة البالغة.
আল্লাহে তেওঁৰ বান্দাক পৰীক্ষা কৰাৰ উদ্দেশ্যে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে আনহাতে কিছুমানক পৰীক্ষা কৰাৰ বাবে জীৱিকা বৃদ্ধি কৰি দিয়ে। ইয়াৰ মাজত তেওঁৰ হিকমত নিহিত আছে।

 
対訳 節: (242) 章: 雌牛章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる