Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (12) 章: 預言者たち章
فَلَمَّاۤ اَحَسُّوْا بَاْسَنَاۤ اِذَا هُمْ مِّنْهَا یَرْكُضُوْنَ ۟ؕ
এতেকে আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস হোৱা লোকসকলে যেতিয়া নিজ চকুৰে শাস্তি প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁতে ধ্বংস হোৱাৰ পৰা ৰক্ষা পাবলৈ গাওঁ এৰি পলায়ন কৰিবলৈ ধৰিলে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• الظلم سبب في الهلاك على مستوى الأفراد والجماعات.
ব্যক্তি জীৱনতেই হওঁক অথবা সামাজিক জীৱনত, অন্যায় হৈছে ধ্বংসৰ মূল কাৰণ।

• ما خلق الله شيئًا عبثًا؛ لأنه سبحانه مُنَزَّه عن العبث.
আল্লাহে কোনো বস্তুকেই অদৰকাৰী সৃষ্টি কৰা নাই। কিয়নো অদৰকাৰী সৃষ্টি কৰাৰ পৰা তেওঁ পৱিত্ৰ।

• غلبة الحق، ودحر الباطل سُنَّة إلهية.
সত্যক বিজয়ী কৰা আৰু অসত্যক পৰাস্ত কৰাটো আল্লাহৰ ধাৰাবাহিক নীতি।

• إبطال عقيدة الشرك بدليل التَّمَانُع.
শ্বিৰ্কীয়া আক্বীদাক এই প্ৰমাণৰ জৰিয়তে খণ্ডন কৰা হৈছে যে, যদি একাধিক উপাস্য থাকিলহেঁতেন তেন্তে ইজনে সিজনৰ কৰ্মত হস্তক্ষেপ কৰিলেহেঁতেন, তথা বিশ্বজগতৰ পৰিচালনাত ব্যঘাত জন্মিলেহেঁতেন।

 
対訳 節: (12) 章: 預言者たち章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる