Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (1) 章: 信仰者たち章

আল-মু'মিনূন

本章の趣旨:
بيان فلاح المؤمنين وخسران الكافرين.
মুমিনসকলৰ সফলতা আৰু কাফিৰসকলৰ ক্ষতিগ্ৰস্ততাৰ বৰ্ণনা।

قَدْ اَفْلَحَ الْمُؤْمِنُوْنَ ۟ۙ
আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকল তথা তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁলোকে ভয় কৰা বস্তুৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• للفلاح أسباب متنوعة يحسن معرفتها والحرص عليها.
সফলতাৰ বিভিন্ন উপায় আছে। মানুহে সেইবোৰ ভালকৈ জনা উচিত আৰু সেইমতে আমল কৰাৰ আগ্ৰহ ৰখা উচিত।

• التدرج في الخلق والشرع سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰা আৰু চৰীয়ত প্ৰণয়ন কৰাটো হৈছে আল্লাহৰ সাধাৰণ নিয়ম।

• إحاطة علم الله بمخلوقاته.
আল্লাহৰ জ্ঞান সকলো সৃষ্টিকে পৰিবেষ্টন কৰি আছে।

 
対訳 節: (1) 章: 信仰者たち章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる