クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
144 : 4

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوا الْكٰفِرِیْنَ اَوْلِیَآءَ مِنْ دُوْنِ الْمُؤْمِنِیْنَ ؕ— اَتُرِیْدُوْنَ اَنْ تَجْعَلُوْا لِلّٰهِ عَلَیْكُمْ سُلْطٰنًا مُّبِیْنًا ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! মুমিনসকলক এৰি কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু বনাই নলবা। তোমালোকে এই কৰ্মৰ দ্বাৰা আল্লাহক, তোমালোকৰ শাস্তিৰ হকদাৰ হোৱাৰ প্ৰমাণ দিব বিচৰা নেকি? info
التفاسير: |
本諸節の功徳:
• بيان صفات المنافقين، ومنها: حرصهم على حظ أنفسهم سواء كان مع المؤمنين أو مع الكافرين.
মুনাফিকসকলৰ বৈশিষ্ট্যৰ বৰ্ণনা। সিহঁতৰ অন্যতম এটা বৈশিষ্ট্য এই যে, কেৱল নিজৰ উদ্দেশ্য পুৰণ কৰাৰ প্ৰয়াস কৰা, সেয়া মুমিনসকলৰ লগত থাকিয়ে হওঁক নাইবা কাফিৰসকলৰ লগত থাকি। info

• أعظم صفات المنافقين تَذَبْذُبُهم وحيرتهم واضطرابهم، فلا هم مع المؤمنين حقًّا ولا مع الكافرين.
মুনাফিকসকলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে দোদুল্যমান অৱস্থাত থকা, অশান্তি তথা ক্লান্তিত থকা। সিহঁত পৰিপূৰ্ণৰূপে মুমিনসকলৰ লগতো নাথাকে আৰু কাফিৰসকলৰ লগতো নহয়। info

• النهي الشديد عن اتخاذ الكافرين أولياء من دون المؤمنين.
মুমিনসকলক এৰি কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰিবলৈ কঠোৰ ভাৱে নিষেধ কৰা হৈছে। info

• أعظم ما يتقي به المرء عذاب الله تعالى في الآخرة هو الإيمان والعمل الصالح.
মুমিনসকলে আখিৰাতত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে ঈমান আৰু আৰু সৎকৰ্ম। info