クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
57 : 8

فَاِمَّا تَثْقَفَنَّهُمْ فِی الْحَرْبِ فَشَرِّدْ بِهِمْ مَّنْ خَلْفَهُمْ لَعَلَّهُمْ یَذَّكَّرُوْنَ ۟

এতেকে হে ৰাছুল! এনেকুৱা প্ৰতিশ্ৰুতি ভঙ্গকাৰী লোকক যদি আপুনি ৰণক্ষেত্ৰত পায় তেন্তে সিহঁতক শিক্ষাপ্ৰদ শাস্তি বিহিব, যাতে আন আন লোকসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি আপোনাৰ লগত যুদ্ধ কৰাৰ তথা আপোনাৰ শত্ৰুসকলক সহায় কৰাৰ সাহস কৰিব নোৱাৰে। info
التفاسير:
本諸節の功徳:
• من فوائد العقوبات والحدود المرتبة على المعاصي أنها سبب لازدجار من لم يعمل المعاصي، كما أنها زجر لمن عملها ألا يعاودها.
গুনাহৰ ফলত দিয়া শাস্তিৰ এটা উপকাৰ এই যে, যিসকলে গুনাহ কৰা নাই তেওঁলোকক গুনাহৰ পৰা দূৰত ৰখা আৰু আনটো উপকাৰ হৈছে, যিয়ে গুনাহ কৰিছে সি শাস্তি পোৱাৰ পিছত পুনৰ যাতে গুনাহ নকৰে। info

• من أخلاق المؤمنين الوفاء بالعهد مع المعاهدين، إلا إن وُجِدت منهم الخيانة المحققة.
চুক্তিবদ্ধ লোকসকলৰ লগত বিশ্বাসঘাতকতা নকৰাটো হৈছে মুমিনৰ অন্যতম বৈশিষ্ট্য। আনহাতে যদি দ্বিতীয় পক্ষৰ পৰা বিশ্বাসঘাতকতা কৰা হয় তেন্তে সেয়া সুকীয়া কথা। info

• يجب على المسلمين الاستعداد بكل ما يحقق الإرهاب للعدو من أصناف الأسلحة والرأي والسياسة.
মুছলিম শাসকসকলে অস্ত্ৰ, বিশ্ব-সমৰ্থন আৰু কুটনীতিৰ ক্ষেত্ৰত এনেকুৱা প্ৰস্তুতি লোৱা উচিত, যাতে শত্ৰু পক্ষই ভয় কৰিবলৈ বাধ্য হয়। info

• جواز السلم مع العدو إذا كان فيه مصلحة للمسلمين.
মুছলিমসকলৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি শত্ৰু পক্ষৰ লগত সন্ধি কৰা বৈধ। info