ការបកប្រែអត្ថន័យគួរអាន - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (52) ជំពូក​: សូរ៉ោះអាល់អ៊ីសរ៉ក
یَوْمَ یَدْعُوْكُمْ فَتَسْتَجِیْبُوْنَ بِحَمْدِهٖ وَتَظُنُّوْنَ اِنْ لَّبِثْتُمْ اِلَّا قَلِیْلًا ۟۠
আল্লাহে তোমালোকক সেইদিনা পুনৰ জীৱিত কৰিব যিদিনা তেওঁ তোমালোকক হাশ্বৰৰ ময়দানলৈ আহ্বান কৰিব। সেইদিনা তোমালোকে তেওঁৰ আদেশ পালন কৰি, তেওঁৰ প্ৰশংসাৰ সৈতে এই কথা স্বীকাৰ কৰিবা, আৰু সেইদিনা তোমালোকে পতিয়ন যাবা যে, পৃথিৱীত তোমালোকে কেৱল কেইটামান দিনহে অতিবাহিত কৰিছিলা।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• القول الحسن داع لكل خلق جميل وعمل صالح، فإنَّ من ملك لسانه ملك جميع أمره.
উত্তম কথাই মানুহৰ নেক আমল আৰু সৎচৰিত্ৰত ভাল প্ৰভাৱ পেলায়। নিশ্চয় যিয়ে নিজৰ জিভাখনক নিয়ন্ত্ৰণত ৰাখিব, ধৰি লোৱা তাৰ সকলো কৰ্ম নিয়ন্ত্ৰণ হৈ গ'ল।

• فاضل الله بين الأنبياء بعضهم على بعض عن علم منه وحكمة.
আল্লাহে নিজৰ হিকমত তথা জ্ঞানৰ দ্বাৰা কিছুমান নবীক আন কিছুমান নবীৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছে।

• الله لا يريد بعباده إلا ما هو الخير، ولا يأمرهم إلا بما فيه مصلحتهم.
আল্লাহে বান্দাৰ কেৱল কল্যাণহে বিচাৰে, সেয়ে তেওঁ সিহঁতক কেৱল সেইটোৰে আদেশ দিয়ে যিটোত সিহঁতৰ কল্যাণ আছে।

• علامة محبة الله أن يجتهد العبد في كل عمل يقربه إلى الله، وينافس في قربه بإخلاص الأعمال كلها لله والنصح فيها.
আল্লাহক ভাল পোৱাৰ পৰিচয় হৈছে এই যে, বান্দাই প্ৰত্যেক সেই কাম কৰে যি কৰ্মই তাক আল্লাহৰ নৈকট্য লাভ কৰায়। আৰু তেওঁৰ নৈকট্য লাভ কৰিবলৈ সকলো কৰ্ম বিশুদ্ধ কৰাৰ ক্ষেত্ৰত ইজনে সিজনৰ পৰা আগুৱাই যোৱাৰ প্ৰয়াস কৰে।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (52) ជំពូក​: សូរ៉ោះអាល់អ៊ីសរ៉ក
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - សន្ទស្សន៍នៃការបកប្រែ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

បិទ