Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (34) ជំពូក​: អើររ៉ូម
لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ؕ— فَتَمَتَّعُوْا ۥ— فَسَوْفَ تَعْلَمُوْنَ ۟
আল্লাহৰ নিয়ামতবোৰক যিহেতু সিহঁতে অস্বীকাৰ কৰিছে, বিপদ-আপদ দূৰ কৰাও এটা নিয়ামত, লগতে পাৰ্থিৱ জীৱনত যি যি সামগ্ৰী লাভ কৰিছে সেইবোৰ কৃতজ্ঞতা নকৰাকৈয়ে উপভোগ কৰি আছে, সেয়ে কিয়ামতৰ দিনা সিহঁতে শীঘ্ৰেই অনুভৱ কৰিব যে, সিহঁত নিশ্চিততভাৱে স্পষ্ট বিভ্ৰান্তিত লিপ্ত আছিল।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• فرح البطر عند النعمة، والقنوط من الرحمة عند النقمة؛ صفتان من صفات الكفار.
নিয়ামত পোৱাৰ পিছত আনন্দিত হৈ অহংকাৰ কৰা, আৰু বিপদৰ সময়ত ৰহমতৰ পৰা নিৰাশ হোৱা, এই দুয়োটা বৈশিষ্ট্য হৈছে কাফিৰসকলৰ।

• إعطاء الحقوق لأهلها سبب للفلاح.
হিতাধিকাৰীক সিহঁতৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰাটো হৈছে সফলতা লাভ কৰাৰ অন্যতম উপায়।

• مَحْقُ الربا، ومضاعفة أجر الإنفاق في سبيل الله.
সুতৰ ফলত বৰকত ধ্বংস হয় আৰু আল্লাহৰ পথত ব্যয় কৰিলে ছোৱাব বৃদ্ধি হয়।

• أثر الذنوب في انتشار الأوبئة وخراب البيئة مشاهد.
পাপকৰ্মৰ ফলত ৰোগ-ব্যাধি জন্ম লোৱা আৰু পৰিৱেশ নষ্ট হোৱা, এইটো এটা বাস্তৱ বিষয়।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (34) ជំពូក​: អើររ៉ូម
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ