ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
45 : 36

وَاِذَا قِیْلَ لَهُمُ اتَّقُوْا مَا بَیْنَ اَیْدِیْكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُوْنَ ۟

ঈমানৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক যেতিয়া কোৱা হয় যে, আখিৰাত আৰু ইয়াৰ কঠিন পৰিস্থিতি সম্পৰ্কে ভয় কৰা, লগতে পিছফালে এৰি থৈ যোৱা পৃথিৱী সম্পৰ্কেও সতৰ্ক হোৱা, যাতে আল্লাহে অনুগ্ৰহক্ৰমে তোমালোকৰ প্ৰতি দয়া কৰে। এই কথাষাৰকো সিহঁতে নামানে। বৰং ইয়াক ভ্ৰূক্ষেপ নকৰি ইয়াৰ পৰা আঁতৰি থাকে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• من أساليب تربية الله لعباده أنه جعل بين أيديهم الآيات التي يستدلون بها على ما ينفعهم في دينهم ودنياهم.
আল্লাহে তেওঁৰ বান্দাসকলক প্ৰশিক্ষণ দিয়াৰ এটা অন্যতম পদ্ধতি হৈছে, তেওঁ বান্দাসকলৰ সন্মুখত নিদৰ্শন ৰাখি দিছে, সেইবোৰৰ পৰা তেওঁলোকে দ্বীন দুনিয়াৰ লাভদায়ক বিষয়বোৰ আহৰণ কৰিব পাৰে। info

• الله تعالى مكَّن العباد، وأعطاهم من القوة ما يقدرون به على فعل الأمر واجتناب النهي، فإذا تركوا ما أمروا به، كان ذلك اختيارًا منهم.
আল্লাহে বান্দাসকলক প্ৰতিষ্ঠিত কৰিছে তথা সিহঁতক সামৰ্থ প্ৰদান কৰিছে, যাতে তেওঁলোকে তেওঁৰ আদেশ পালন কৰিব পাৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিব পাৰে। কিন্তু যেতিয়া তেওঁলোকে তেওঁৰ আদেশকৃত কোনো বিষয় এৰি দিয়ে, সেইক্ষেত্ৰত এইটো তেওঁলোকৰ ইচ্ছাধীন বিষয়। info