ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
51 : 44

اِنَّ الْمُتَّقِیْنَ فِیْ مَقَامٍ اَمِیْنٍ ۟ۙ

নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলে প্ৰত্যেক অপ্ৰিয় বস্তুৰ পৰা সুৰক্ষিত আৰু নিশ্চিন্তভাৱে অৱস্থান কৰিব। info
التفاسير: |
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• الجمع بين العذاب الجسمي والنفسي للكافر.
কাফিৰসকলক শাৰিৰীক আৰু মানসিক উভয় শাস্তি বিহা হ’ব। info

• الفوز العظيم هو النجاة من النار ودخول الجنة.
জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰাটোৱে হৈছে মহাসফলতা। info

• تيسير الله لفظ القرآن ومعانيه لعباده.
আল্লাহে বান্দাসকলৰ বাবে কোৰআনৰ শব্দ আৰু অৰ্থ সহজ কৰি দিছে। info