Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (16) ជំពូក​: អាលមូជើទើឡះ
اِتَّخَذُوْۤا اَیْمَانَهُمْ جُنَّةً فَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ فَلَهُمْ عَذَابٌ مُّهِیْنٌ ۟
সিহঁতে খোৱা নিজৰ শপতসমূহক, কুফুৰৰ কাৰণে হত্যা হোৱাৰ পৰা বাচিবলৈ ঢাল হিচাপে লৈছে। কিয়নো সিহঁতে শপতবোৰৰ জৰিয়তে নিজৰ ধন-সম্পত্তি আৰু প্ৰাণ ৰক্ষাৰ কৰিবলৈ ইছলাম গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছিল। আৰু মানুহক সত্যৰ পৰা ঘূৰাই দিছিল। কিয়নো তাৰ মাজত একধৰণৰ মুছলমানক অপমান কৰা হৈছিল। সেয়েহে সিহঁতৰ বাবে অপমানকাৰী শাস্তি আছে। যিটো সিহঁতক অপমানিত আৰু লাঞ্ছিত কৰিব।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• لطف الله بنبيه صلى الله عليه وسلم؛ حيث أدَّب صحابته بعدم المشقَّة عليه بكثرة المناجاة.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দয়া কৰি তেওঁৰ ছাহাবীসকলক শিকাইছে যে, অধিক কানাফুছি কৰি তেওঁক বিৰক্ত নকৰিবা।

• ولاية اليهود من شأن المنافقين.
ইহুদীসকলৰ সৈতে বন্ধুত্ব ৰখা মুনাফিকসকলৰ কাম।

• خسران أهل الكفر وغلبة أهل الإيمان سُنَّة إلهية قد تتأخر، لكنها لا تتخلف.
কাফিৰসকল ক্ষতিৰ সন্মুখীন হোৱা আৰু মুমিনসকলৰ প্ৰভুত্ব প্ৰতিষ্ঠা হোৱাটো আল্লাহৰ এটা অন্যতম ৰীতি। যদিও পলম হ'ব পাৰে কিন্তু অন্ধকাৰ নহয়।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (16) ជំពូក​: អាលមូជើទើឡះ
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ