Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (6) ជំពូក​: អាត់តាហ្គពុន
ذٰلِكَ بِاَنَّهٗ كَانَتْ تَّاْتِیْهِمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَقَالُوْۤا اَبَشَرٌ یَّهْدُوْنَنَا ؗ— فَكَفَرُوْا وَتَوَلَّوْا وَّاسْتَغْنَی اللّٰهُ ؕ— وَاللّٰهُ غَنِیٌّ حَمِیْدٌ ۟
এই শাস্তি সিহঁতক এই কাৰণে বিহা হৈছিল যে, সিহঁতৰ ওচৰত ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু স্পষ্ট যুক্তি সহকাৰে আহিছিল। কিন্তু সিহঁতে মানৱ জাতিৰ পৰা ৰাছুল হোৱা বিষয়টোক আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মানুহে আমাক সত্যৰ পথ দেখুৱাব নেকি? এইদৰে সিহঁতে অস্বীকাৰ কৰিলে আৰু ঈমানৰ পৰা মুখ ঘূৰাই ললে। কিন্তু সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব পৰা নাই। কিয়নো আল্লাহ সিহঁতৰ ইবাদতৰ পৰা অমুখাপেক্ষী। তদোপৰি সিহঁতৰ আনুগত্যৰ ফলত আল্লাহৰ কোনো মৰ্যাদা বৃদ্ধি নহয়। আল্লাহ অমুখাপেক্ষী, বান্দাৰ প্ৰতি মুখাপেক্ষী নহয়। তেওঁ নিজৰ কথা আৰু কৰ্মত সপ্ৰশংসিত।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (6) ជំពូក​: អាត់តាហ្គពុន
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ