Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (54) ಅಧ್ಯಾಯ: ಅನ್ನಮ್ಲ್
وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اَتَاْتُوْنَ الْفَاحِشَةَ وَاَنْتُمْ تُبْصِرُوْنَ ۟
হে ৰাছুল! স্মৰণ কৰক নবী লূত আলাইহিচ্ছালামক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক ভৰ্ৎসনা কৰি আৰু সিহঁতৰ কৰ্মকাণ্ডক নসাৎ কৰি কৈছিলঃ তোমালোকে অনুষ্ঠান পাতি প্ৰকাশ্যভাৱে সমকামিতাৰ দৰে অশ্লীল কৰ্ম কৰাটো অতি জঘন্য তথা নিকৃষ্ট কৰ্ম নহয়নে?
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• الاستغفار من المعاصي سبب لرحمة الله.
গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰাটো হৈছে আল্লাহৰ ৰহমতৰ কাৰণ।

• التشاؤم بالأشخاص والأشياء ليس من صفات المؤمنين.
ব্যক্তি তথা কোনো বস্তুৰ দ্বাৰা মঙ্গল অমঙ্গল নিৰ্ণয় কৰাটো মুমিনসকলৰ বৈশিষ্ট্য নহয়।

• عاقبة التمالؤ على الشر والمكر بأهل الحق سيئة.
সত্যবাদীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু তেওঁলোকক অনিষ্ট কৰাৰ বেয়া পৰিণাম।

• إعلان المنكر أقبح من الاستتار به.
গোপনে কৰা গুনাহৰ তুলনাত প্ৰকাশ্যভাৱে কৰা গুনাহৰ পৰিণাম অধিক বেয়া।

• الإنكار على أهل الفسوق والفجور واجب.
পাপিষ্ঠ তথা অঘৱন্ত লোকৰ নিন্দা কৰা অতি আৱশ্যক।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (54) ಅಧ್ಯಾಯ: ಅನ್ನಮ್ಲ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ