ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (30) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್ -ಅನ್ಕಬೂತ್
قَالَ رَبِّ انْصُرْنِیْ عَلَی الْقَوْمِ الْمُفْسِدِیْنَ ۟۠
লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ পাষণ্ডতা লক্ষ্য কৰাৰ পিছত তথা আল্লাহৰ শাস্তিক সিহঁতে অতি সহজভাৱে লৈ সেইটোক আবেদন কৰা দেখি, তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সেইসকল লোকৰ বিৰুদ্ধে সহায় কৰা, যিসকলে কুফৰী আৰু অশ্লীল পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উৎপাত কৰি ফুৰে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• عناية الله بعباده الصالحين حيث ينجيهم من مكر أعدائهم.
আল্লাহে তেওঁৰ সদাচাৰী বান্দাসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰে, তথা তেওঁলোকক তেওঁলোকৰ শত্ৰুৰ চক্ৰান্তৰ পৰা সুৰক্ষা প্ৰদান কৰে।

• فضل الهجرة إلى الله.
আল্লাহৰ বাবে হিজৰত কৰাৰ গুৰুত্ব।

• عظم منزلة إبراهيم وآله عند الله تعالى.
ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ সন্তানসকলৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা।

• تعجيل بعض الأجر في الدنيا لا يعني نقص الثواب في الآخرة.
কিছুমান কৰ্মৰ প্ৰতিদান পৃথিৱীত লাভ কৰাৰ অৰ্থ এইটো নহয় যে, আখিৰাতত সেইটোৰ ছোৱাব হ্ৰাস পাব।

• قبح تعاطي المنكرات في المجالس العامة.
সাধাৰণ বৈঠকত অশ্লীল কৰ্ম কৰাটোও এটা জঘন্য কাম।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (30) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್ -ಅನ್ಕಬೂತ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ