Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (93) ಅಧ್ಯಾಯ: ಅನ್ನಿಸಾಅ್
وَمَنْ یَّقْتُلْ مُؤْمِنًا مُّتَعَمِّدًا فَجَزَآؤُهٗ جَهَنَّمُ خَلِدًا فِیْهَا وَغَضِبَ اللّٰهُ عَلَیْهِ وَلَعَنَهٗ وَاَعَدَّ لَهٗ عَذَابًا عَظِیْمًا ۟
যিয়ে জানি বুজি কোনো মুমিন ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, তাৰ পৰিণাম হৈছে জাহান্নাম, আৰু তাত সি চিৰকাল থাকিব। আৰু তাৰ ওপৰত থাকিব আল্লাহৰ ক্ৰোধ আৰু সি তেওঁৰ ৰহমতৰ পৰা আঁতৰ হ'ব। এই ডাঙৰ গুনাহৰ কাৰণেই আল্লাহে তাৰ বাবে মহা শাস্তি প্ৰস্তুত কৰি ৰাখিছে।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• جاء القرآن الكريم معظِّمًا حرمة نفس المؤمن، وناهيًا عن انتهاكها، ومرتبًا على ذلك أشد العقوبات.
কোৰআনে মুমিনৰ প্ৰাণ প্ৰতিষ্ঠাৰ সন্মান কৰে, ইয়াৰ অনিষ্টতাৰ প্ৰতিৰোধ কৰে লগতে ইয়াৰ ওপৰত কঠোৰ দণ্ড নিৰ্ধাৰিত কৰে।

• من عقيدة أهل السُّنَّة والجماعة أن المؤمن القاتل لا يُخلَّد أبدًا في النار، وإنما يُعذَّب فيها مدة طويلة ثم يخرج منها برحمة الله تعالى.
আহলে ছুন্নত অল জামাআতৰ আক্বীদাহ এই যে, হত্যাকাৰী মুমিন কেতিয়াও জাহান্নামত চিৰস্থায়ী নহব, বৰং তাত দীৰ্ঘ সময় থকাৰ পিছত আল্লাহৰ ৰহমতত তাৰ পৰা ওলাই আহিব।

• وجوب التثبت والتبيُّن في الجهاد، وعدم الاستعجال في الحكم على الناس حتى لا يُعتدى على البريء.
জিহাদত অনুসন্ধান কৰা জৰুৰী, আৰু কাৰো প্ৰতি খৰখেদাকৈ সিদ্ধান্ত লব নালাগে যাতে কোনো নিৰ্দোষী ব্যক্তিৰ অনিষ্ট নহয়।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (93) ಅಧ್ಯಾಯ: ಅನ್ನಿಸಾಅ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ