ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ

external-link copy
16 : 43

اَمِ اتَّخَذَ مِمَّا یَخْلُقُ بَنٰتٍ وَّاَصْفٰىكُمْ بِالْبَنِیْنَ ۟

হে মুশ্বৰিকসকল! আল্লাহে তেওঁৰ সৃষ্টিৰ পৰাই নিজৰ বাবে কন্যা সন্তান গ্ৰহণ কৰিছে বুলি তোমালোকে কোৱা নেকি, আৰু তোমালোকৰ বাবে তেওঁ পুত্ৰ সন্তান বাছনি কৰিছে নেকি? এইটো কেনেকুৱা ভাগ-বতৰা, যিটো তোমালোকে নিজৰ ধাৰণা অনুযায়ী কৰিছা? info
التفاسير:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• كل نعمة تقتضي شكرًا.
প্ৰত্যেক নিয়ামতেই কৃতজ্ঞতা দাবী কৰে। info

• جور المشركين في تصوراتهم عن ربهم حين نسبوا الإناث إليه، وكَرِهوهنّ لأنفسهم.
মুশ্বৰিকসকলে নিজ প্ৰতিপালকৰ ক্ষেত্ৰত অন্যায়ত লিপ্ত হৈ আছে। কিয়নো সিহঁতে আল্লাহৰ সৈতে কন্যা সন্তান সম্পৃক্ত কৰাত দ্বিধাবোধ নকৰে, কিন্তু নিজৰ বাবে সেয়া পছন্দ নকৰে। info

• بطلان الاحتجاج على المعاصي بالقدر.
পাপকৰ্মক সঠিক প্ৰমাণ কৰিবলৈ ভাগ্যক আহিলা হিচাপে লোৱা বৈধ নহয়। info

• المشاهدة أحد الأسس لإثبات الحقائق.
বাস্তৱতাক প্ৰমাণ কৰিবলৈ নিজ চকুৰে চোৱাটোও হৈছে গুৰুত্বপূৰ্ণ উৎস। info