Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k.

external-link copy
6 : 27

وَاِنَّكَ لَتُلَقَّی الْقُرْاٰنَ مِنْ لَّدُنْ حَكِیْمٍ عَلِیْمٍ ۟

হে ৰাছুল! নিশ্চিতভাৱে আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআন সেই সত্ত্বাৰ পৰা প্ৰাপ্ত, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সৰ্বজ্ঞ, বান্দাসকলৰ লাভদায়ক কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
Šiame puslapyje pateiktų ajų nauda:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক। info

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা। info

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। info