Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
17 : 28

قَالَ رَبِّ بِمَاۤ اَنْعَمْتَ عَلَیَّ فَلَنْ اَكُوْنَ ظَهِیْرًا لِّلْمُجْرِمِیْنَ ۟

মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰাৰ্থনাত আৰু কৈছিলঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক শক্তি, বুদ্ধিমত্বা আৰু জ্ঞান প্ৰদান কৰি উপকাৰ কৰিছা। গতিকে মই কেতিয়াও অপৰাধীৰ সহায়ক হ’ব নোৱাৰোঁ। info
التفاسير:
Придобивки од ајетите на оваа страница:
• الاعتراف بالذنب من آداب الدعاء.
অপৰাধ স্বীকাৰ কৰাটো হৈছে দুআ কৰাৰ অন্যতম শিষ্টাচাৰ। info

• الشكر المحمود هو ما يحمل العبد على طاعة ربه، والبعد عن معصيته.
ইতিবাচক কৃতজ্ঞতা হৈছে সেইটো, যি কৃতজ্ঞতাই বান্দাক নিজ প্ৰতিপালকৰ আনুগত্য পালনত তথা পাপকৰ্মৰ পৰা আঁতৰি থকাত সহায় কৰে। info

• أهمية المبادرة إلى النصح خاصة إذا ترتب عليه إنقاذ مؤمن من الهلاك.
কাৰোবাৰ শুভকামনা কৰিলে সোনকালে কৰাৰ গুৰুত্ব। বিশেষকৈ কোনো মুমিনক বিনাশৰ পৰা ৰক্ষা কৰাৰ সময়ত। info

• وجوب اتخاذ أسباب النجاة، والالتجاء إلى الله بالدعاء.
আত্মৰক্ষাৰ উপায় অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰাটোও অতি আৱশ্যক। info