Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (17) 章: 盖萨斯
قَالَ رَبِّ بِمَاۤ اَنْعَمْتَ عَلَیَّ فَلَنْ اَكُوْنَ ظَهِیْرًا لِّلْمُجْرِمِیْنَ ۟
মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰাৰ্থনাত আৰু কৈছিলঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক শক্তি, বুদ্ধিমত্বা আৰু জ্ঞান প্ৰদান কৰি উপকাৰ কৰিছা। গতিকে মই কেতিয়াও অপৰাধীৰ সহায়ক হ’ব নোৱাৰোঁ।
阿拉伯语经注:
这业中每段经文的优越:
• الاعتراف بالذنب من آداب الدعاء.
অপৰাধ স্বীকাৰ কৰাটো হৈছে দুআ কৰাৰ অন্যতম শিষ্টাচাৰ।

• الشكر المحمود هو ما يحمل العبد على طاعة ربه، والبعد عن معصيته.
ইতিবাচক কৃতজ্ঞতা হৈছে সেইটো, যি কৃতজ্ঞতাই বান্দাক নিজ প্ৰতিপালকৰ আনুগত্য পালনত তথা পাপকৰ্মৰ পৰা আঁতৰি থকাত সহায় কৰে।

• أهمية المبادرة إلى النصح خاصة إذا ترتب عليه إنقاذ مؤمن من الهلاك.
কাৰোবাৰ শুভকামনা কৰিলে সোনকালে কৰাৰ গুৰুত্ব। বিশেষকৈ কোনো মুমিনক বিনাশৰ পৰা ৰক্ষা কৰাৰ সময়ত।

• وجوب اتخاذ أسباب النجاة، والالتجاء إلى الله بالدعاء.
আত্মৰক্ষাৰ উপায় অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰাটোও অতি আৱশ্যক।

 
含义的翻译 段: (17) 章: 盖萨斯
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭